ভয় -চয়নিকা গগৈ

©Admin
0
বতাহজাক লাহেকৈ বলিছিল
সেই বতাহজাকত ওমলিব লওঁতে
হঠাৎ ধুমুহা হৈ
খেদি গৈছিল
আৰু এইয়া
ওমলাৰ সলনি 
ধুমুহাজাকে এজাক ডাঙৰ বৰষুণ লৈ অনাত
ভয়ত পেপুৱা লাগিলো।

শব্দবোৰ যেতিয়া উচুপনি হয়
এনে লাগে যেন ক'ৰবাত 
খুব জোৰেৰে হাতুৰীৰে কোবাইছে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)