সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ অসমীয়া ভাষাক  অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰা লোকজন কোন?
উত্তৰ-   চাৰ্চ জৰ্জ কেম্পবেল।
২/হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি?
উত্তৰ - চিত্ৰ ভাগৱত।
৩/অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি?
উত্তৰ - চন্দ্ৰকান্ত অভিধান।
৪/অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয়?
উত্তৰ- খ্ৰীষ্টীয় নৱম দশম শতিকাত।
৫/প্ৰথম অসমীয়া ৰেকৰ্ডিং কৰা নাটকখনৰ নাম কি?
উত্তৰ - ৰুক্মিণী হৰণ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)