কথাবোৰ সহজ নহয় -চয়নিকা গগৈ

©Admin
0
সময় মোৰ কাৰণে সলনি হৈছে
নে মই হ'ব পাৰিছো ।
পৰিৱৰ্তনবোৰ এনেকুৱাই চাগে
কথাবোৰ ভাবিবলৈ ভাল
কিন্ত কামবোৰ 
বৰ লেহেমীয়া দেখোন
যেন এখিলা শুকান পাত

দিনবোৰ এনেকৈয়ে গৈছে
সময়বোৰ 
হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰি
বহুত পিছুৱাই গ'লো
আৰু চাগে নাহিমেই নেকি উলটি
ইমানেই বেছি তললৈ খহি পৰিলো
উঠি অহাৰ বাট 
বিচাৰি পোৱা নাই।

                         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)