▫️অসমীয়া লেখাৰে ১৪২৯ ভাস্কৰাব্দৰ ৭ চ'ত , বুধবাৰ , ইংৰাজী লেখাৰে ২২ মাৰ্চ ২০২৩
▫️আজি বিশ্ব জল দিৱস ।
▫️১৮৯২ চনৰ আজিৰ তাৰিখতে জোনাকী যুগৰ অসমীয়া কবি বিষ্ণুপ্ৰিয়া দেৱীৰ মৃত্যু হৈছিল ।
▫️১৯৪৯চনৰ আজিৰ দিনটোতে অসমীয়া বনৌষধি বিশেষজ্ঞ গুণাৰাম খনিকৰৰ জন্ম হৈছিল ।
▫️১৯৬০ চনৰ আজিৰ তাৰিখতে ভাৰতৰ ধ্ৰুপদী সংগীত শিল্পী ৰাগিনী ত্ৰিৱেদীৰ জন্ম হৈছিল ।
▫️১৮১২ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি এডবাৰ্ড মোৰেৰ জন্ম হৈছিল ।
▫️১৮৬৮ চনৰ আজিৰ দিনটোতে আমেৰিকান পদাৰ্থবিজ্ঞানী ৰবাৰ্ট মিলিকানৰজন্ম হৈছিল ।
▫️১৯৩১চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পদাৰ্থবিজ্ঞানী বাৰ্টন ৰিখটাৰৰজন্ম হৈছিল ।
▫️১৯৭৭চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনৈতিক এ.কে.গোপালনৰ মৃত্যু হৈছিল ।
▫️২০১৬ চনৰ আজিৰ দিনটোতে আমেৰিকান অভিনেত্ৰী ৰিটা গামৰ মৃত্যু হৈছিল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ