২ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০ তম দিন।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/আজিৰ দিনটোতে ১৯৯১ চনত শ্ৰীলংকাত হোৱা বোমা বিস্ফোৰণত উপ-প্ৰতিৰক্ষামন্ত্ৰী বিজয়সহ ২৯জন নিহত।
২/ আজিৰ দিনটোতে ১৯৪৯ চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী সৰোজিনী নাইডুৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ