ভিক্ষা খোজাই মোৰ কাম।
গাওঁ-ভূঞে, চহৰে-নগৰে , পথ-পদুলিয়ে
দু-হাত মেলি ভিক্ষা খোজো মই।
কিন্তু!
তুমি ভৱাৰ দৰে,
এসাঁজ ভাতৰ ভিক্ষাৰী নহয় মই।
মঠ-মন্দিৰে, পথ-পদুলিয়ে,
টকাৰ ভিক্ষা মগা ভিক্ষাৰী নহয় মই।
মই ভিক্ষাৰী " আস্তিকতাৰ"
মই ভিক্ষা খোজোঁ "সহানুভৱতাৰ"
মই ভিক্ষা খুজি বিছাৰি ফুৰোঁ "মৰম-চেনেহ, প্ৰেম-ভালপোৱাৰ।
◾ধনমণি কোঁৱৰ
লখিমপুৰ(বগিনদী)
দ্বাদশ শ্ৰেণী
যোগাযোগ:৭০৮৬৮৮৪৮০১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ