- ১৯২৭ চনৰ এই দিনটোতে বীণা মজুমদাৰ জন্ম হৈছিল
- ১৯২৮ চনত আজিৰ দিনটোতে ফৰাচী গণিতজ্ঞ আলেকজেণ্ডাৰ গ্ৰথেণ্ডিকৰ জন্ম হৈছিল
- ১৯৪৯ চনৰ আজিৰ দিনটোত মাইকেল ডব্লিউ. ইয়ং ৰ জন্ম হৈছিল
- ১৯৪১ চনৰ আজিৰ দিনটোতে ভাৰ্জিনিয়া উল্ফ নামৰ ব্ৰিটিছ ঔপন্যাসিক জনৰ মৃত্যু হৈছিল
- ১৯৬৮ চনৰ এই দিনটোত অসমীয়া সমাজকৰ্মী,শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এজন জন্মদাতা হলধৰ ভূঞা দেৱৰ মৃত্যু হৈছিল
- ২০১৯ চনৰ আজিৰ দিনটোত প্ৰফুল্ল ৰাজগুৰু, অসমীয়া শিক্ষাবিদ, সাংবাদিক জনৰ মৃত্যু হৈছিল
আজিৰ দিনটোৰ বিশেষত্ব-২৮ মাৰ্চ
March 28, 2023
0
২৮ মাৰ্চ (ইংৰাজী: 28 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৭তম (অধিবৰ্ষত ৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৮টা দিন বাকী থাকে।
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ