পৰিৱৰ্তন-পংকজ দিহিঙীয়া

©Admin
0
"ইয়াত এখন অৰণ্য আছিল। সৌ তাত আমাৰ জুপুৰিটো আৰু ইয়াত বিলখন।"
      
              ' তই কি কব বিচাৰিছ ? গগন চুম্বি  অট্ৰালিকাৰে ভৰা এই চহৰ খন কি তহঁতৰ গাওঁ আছিল।'
     
           "অ' এইখনেই আমাৰ পুৰণিকলীয়া গাঁওখন , যিখনত  মই জন্ম  হোৱাৰ প্ৰতীক  গঢ়িছিলো ; আৰু আজি সেই গাওঁৰ চিন চাবেই নাই।"
         
            ইয়াকে চাগে কয় – ' পৰিৱৰ্তন '!
 


            ◾পংকজ দিহিঙীয়া
           শ্ৰেণী:একাদশ
           স্কুল: শিৱসাগৰ চৰকাৰী উচ্চতৰ                              মাধ্যমিক বহুমুখী বিদ্যালয়
           যোগাযোগ নং: ৯৩৬৫১২৫১৪৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)