সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ কালিকা পুৰাণ কিমান শতিকাত ৰচনা হৈছিল?  
উত্তৰ-দশম শতিকা 
২/কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাত অসমৰ পৰা স্থান লাভ কৰা মন্ত্ৰীজন কোন? 
উত্তৰ - সুৰেন্দ্ৰনাথ বুঢ়াগোহাই 
৩/বর্মন বংশৰ কোনজন ৰজাই মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল?  
উত্তৰ - পুষ্য বর্মন 
৪/ অসমৰ সৰ্বাধিক ৰেচম উৎপাদন কাৰী জিলাখনৰ নাম কি?  
উত্তৰ - ধেমাজি 
৫/ফুলগুৰি ধোঁৱাৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়া জনৰ নাম কি?  
উত্তৰ -লেফটেনেণ্ট ছিংগাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)