২৩ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0

২৩ মাৰ্চ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৩টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৫৫৮ চনত ভট্টদেৱৰ জন্ম।

২/ আজিৰ দিনটোতে ১৮৯৮ চনত অসমীয়া  ‌কবি আৰু লেখিকা নলিনীবালা দেৱীৰ জন্ম।

৩/ আজিৰ দিনটোতে ১৯১০ চনত   ভাৰতৰ স্বাধীনতা সংগ্ৰামী  ৰামমনোহৰ লোহিয়াৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৯২৪  চনত বীৰেণ বৰকটকীৰ জন্ম।

৫/আজিৰ দিনটোতে ১৯৯৫ চনত  বাঙালি কবি আৰু লিখক শক্তি চট্টোপাধ্যায়ৰ মৃত্যু হৈছিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)