সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন ?
উত্তৰ- চুইজাৰলেণ্ড।
২/অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?

উত্তৰ- ১৯৮৫ চন ।

৩/স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?

উত্তৰ- হালধীয়া চৰাইয়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা (১৯৮৭ চন) ৷

৪/চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন ?

উত্তৰ- ড০ ভূপেন হাজৰিকা ৷ 

৫/ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?

উত্তৰ- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷

৬/কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?

উত্তৰ- ভাস্কৰবৰ্মাৰ দিনত ৷







Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)