আপুনি-চিন্ময় কলিতা

©Admin
0
নিয়ন যুগল
বন্দী আপোনাতে,
কিজানিবা দিঠক হব সেই স্বপ্ন।
দীঘল বেণীডালৰ লগতে চকুহালৰ 
অন্তত ভঙ্গিমা 
ইয়ো এটা বিষয় মোৰ স্বপ্নৰ।
সপোন দেখিয়ে  ভাল লাগে চোন, 
কিয়নো প্ৰয়োজন দিঠকৰ। 
অচিন যদিও 
কোলাহলৰ মাজৰ নিৰবতা আপুনি। 
আজানিতে আপোন হৈ পৰা 
এখন অচিন উপন্যাস, 
মাথো কাহিনী সপোনৰ। 

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)