১০ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0
১০ মাৰ্চ (ইংৰাজী: 10 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৬টা দিন (অধিবৰ্ষত ২৯৭ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১) ১৯৩২ চনৰ আজিৰ দিনটোত মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন মুৰব্বী উডুপী ৰামচন্দ্ৰ ৰাওৱে জন্মগ্ৰহণ কৰিছিল।

২) আজি ঔপন্যাসিক, গল্পকাৰ, নিবন্ধকাৰ তথা 'অনুৰাধাৰ দেশ'ৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ওপজা দিন।

৩) ১৯২২ চনৰ আজিৰ দিনটোত ৰাজদ্ৰোহৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়।

৪) ১৯৩৫ চনৰ আজিৰ দিনটোত প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' মুক্তি দিয়া হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)