অসমীয়া সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১) কিমান চনত ড° ভূপেন হাজৰিকাক দাদাচাহেব ফালকে বঁটাৰে পুৰস্কৃত কৰা হৈছিল?

উত্তৰ: ১৯৯২ চনত ড° ভূপেন হাজৰিকাক দাদাচাহেব ফালকে বঁটাৰে পুৰস্কৃত কৰা হৈছিল।

২) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ:- বসন্ত দাস

৩) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ:- অপৰূপা।

৪) আলি-আই-লিগাং হৈছে এক কৃষি-আধাৰিত উৎসৱ। এই উৎসৱ কোন জনজাতি সকলে উদযাপন কৰে?

উত্তৰ:- মিচিং জনজাতি সকলে।

৫) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?

উত্তৰ:- ভোগেশ্বৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)