তিনিটা স্তৱক-সঞ্জীৱ সাগৰ চৌধুৰী

©Admin
0
১)

জানো কি হয় পৰিণতি
কাহিনী হয় নে কিংবদন্তী

পছোৱাৰ প্ৰেমত পৰিছে
তলসৰা পাত এটি•••

২)

হাঁ‌হিৰনো বিশ্বাস কি
ফটোৰ তলতো জ্বলি থাকে চাকি•••

৩)

আকাশত নাই ডাৱৰ

কওঁ‌ জানো 
অশ্ৰুসিক্ত কিয় তথাপি দূবৰি

✍️সঞ্জীৱ সাগৰ চৌধুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)