ৰূপালী-পৰিষ্মা দাস

©Admin
0
ৰূপালী আকাশৰ তুমি ৰূপালীম
আহিবা নেকি 
সোণগুটি চপোৱা আদৰ্শৰ নেওচা দি আকাশ চুমিবলৈ
বাৰদ ৰহণীয়া আকাশৰ 
তুমি চন্দ্ৰ ৰূপালী
তুমি জোন ৰূপালী
আহিবা নেকি 
কোৱা মোৰ আকাশ সজাবলৈ
মোৰ ঘৰ সজাবলৈ
আহিবা নেকি 
মোৰ চন্দ্ৰবিহীন আকাশৰ ছন্দ সজাবলৈ ।

✍️পৰিষ্মা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)