৩০ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0

৩০ মাৰ্চ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৯তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৬টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৭৪৬ চনত  স্পেনিছ চিত্ৰকৰ ফ্ৰান্সিছক' গয়াৰ জন্ম হৈছিল।

২/ আজিৰ দিনটোতে ১৮৪৪ চনত ফৰাচী কবি পল ভেৰ্লেনৰ জন্ম হৈছিল।

৩/ আজিৰ দিনটোতে ১৬৬৩  চনত মোগল সেনাপতি মীৰ জুমলাৰ মৃত্যু হৈছিল।

৪/ আজিৰ দিনটোতে ১৯৬৪ চনত  অসমীয় শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক সংস্কৃতিৰ গৱেষক বিৰিঞ্চি কুমাৰ বৰুৱাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)