১/অসমৰ ৰপ্তানী  বস্তুবোৰ কি কি?

উত্তৰঃ চাহপাত, খনিজতেল, কয়লা, চুনশিল, মৰাপাট, কাঠ, বাঁহ-বেত, সৰিয়হ ।

২। ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৭৪৬ চনত।

৩। কাৰেংঘৰ কোনে সজাইছিল?

উত্তৰঃ ৰাজেশ্বৰ সিংহই।

৪। সদৌ অসম ছাত্ৰ সন্থাৰ অসমত বিদেশী নাগৰিক বহিস্কৰ আদোলন কেতিয়া আৰম্ভ  হয়?

উত্তৰঃ ইং ১৯৭৯ চনত।

৫। শ্ৰীসূৰ্য্য পাহাৰ ক'ত অৱস্থিত?

উত্তৰঃ গোৱালপাৰা।

৬। অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি?

উত্তৰঃ চিহ্নযাত্ৰা (মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল)

৭। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ তিনিবাৰ।

৮। অসমত চেনীকল কোন কোন ঠাইত আছে?

উত্তৰঃ কামপুৰ, বৰুৱা বামুণ গাঁও, বিশ্বনাথ চাৰিআলি আৰু চাৰগোলা।