কুইজ- সাধাৰণ জ্ঞান

©Admin
0
১/প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
উত্তৰ :বিষ্ণুৰাম মেধি
২/স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ :গোপীনাথ বৰদলৈ
৩/অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?
উত্তৰ :আনন্দৰাম বৰুৱা
৪/অসমৰ প্ৰথম মহিলা আই. এ. এছ কোন?
উত্তৰ :পাৰুল দাস
৫/অসমৰ প্ৰথম মহিলা এ. ছি.এছ কোন?
উত্তৰ :শুচিব্ৰতা ৰায়চৌধুৰী
৬/গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উত্তৰ :কৃষ্ণকান্ত সন্দিকৈ
৭/"বন্দো কি ছন্দেৰে "নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?
উত্তৰ :অম্বিকাগিৰি ৰায়চৌধুৰী
৮/অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উত্তৰ :ভট্টদেৱ
৯/প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?
উত্তৰ :পদ্মাৱতী দেৱফুকননী
১০/প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ :ধৰ্মপুস্তক

সংগ্ৰাহক:দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)