Home যদুমণি গগৈ আত্মপ্ৰকাশ- যদুমণি গগৈ আত্মপ্ৰকাশ- যদুমণি গগৈ person©Admin March 31, 2023 0 share মোৰ কবিতা ময়ে গঢ়োমোৰ কবিতা ময়ে পঢ়োশব্দবোৰ জব্দ কৰি পাখিত ৰঙ ঘঁহি দিওঁ পোহৰৰ পোহৰে আন্ধাৰআন্ধাৰে পোহৰ অদেখা মনৰ এন্ধাৰ খেদা এগছি চাকি নিজৰ কবিতা নিজে পঢ়ি পঢ়িনিদ্ৰা দেৱীৰ কোলাত সপোন দেখো হাঁহি হাঁহি । Tags কবিতাযদুমণি গগৈ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ