পৰীক্ষা সমাগত বাবে তুংগত প্ৰস্তুতি
শুবলৈ দেৰি কৰোঁ টোপনি হয় ক্ষতি
পৰীক্ষা ভাল হ'ব
পাছ মাৰ্কছ উঠিব
লগত বহা পৰীক্ষাৰ্থীৰ আখৰ ভাল যদি।
(২)
নেতা বৰ ব্যস্ত হয় আহিলে ইলেকচন
প্ৰতিশ্ৰুতিৰ পাহাৰ গঢ়ে পাতি লৈ কম্পিট্যিচন
ভোটত জিকিলেই
ক্ষমতাত আহিলেই
প্ৰতিটো আঁচনিতে লাগে কেৱল কমিছন।
◾ফাৰুক হুছেইন
হাউলী, বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ