মোক অভিনন্দন জনালে ,
সজাই তুলিলে
এটা নতুন দিনৰ বাবে ।
কণ কণ পোৱালিকেইটাৰো যে
কি সুপৰিকল্পিত মাত ,
শুনা জনে হে বুজে
এইয়া যে বসন্তক আদৰাৰ প্ৰস্তুতি ।
নিশাৰ ভয়ংকৰ আন্ধাৰ নেউচি
সাৰ পাই উঠা
এই পৃথিৱী ,
কিমান যে ভাল লাগে ।
নহয়নে !
যেন নতুন সাজযোৰ পিন্ধাৰ উল্লাহত ,
নিজতেই মগন আইজনী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ