তুলনা-সংযুক্তা দত্ত

©Admin
0
তুলনা কৰি পাইছেনে কেতিয়াবা? নিজকে আনৰ লগত  । আমি তুলনা কাৰ লগত কৰোঁ ?  আমি আমাতকৈ ভাল বা আমি যি জানো তাতকৈ বেছি জনা ব্যক্তিৰ লগতেই কৰোঁ ।  তুলনা কৰিব লাগে কেৱল আমাৰ বেয়া দিশ সমূহ আঁতৰ কৰিব কাৰণেই । নিজকে সৰু কৰিব কাৰণে নহয়। সকলো দিশতেই সকলো মানুহ পৰিপক্ক নহয়। ঠিক যেনেদৰে আমাৰ হাতৰ পাঁচটা আঙুলিও সমান নহয়। তুলনাই মানুহৰ মনত হিংসাৰ ভাৱ জগাই তোলে। কেতিয়াবা  আমি যিজনৰ লগত তুলনা কৰোঁ। সেই ব্যক্তিজনৰ লগত সম্পৰ্কও বেয়া হয়। তুলনা কৰি কোনো ব্যক্তি পৰিপক্ক হ'ব নোৱাৰে। যাৰ গাত যি গুণ আছে সেই ব্যক্তি সেই গুণেই বিশেষ। 
                 ◾সংযুক্তা দত্ত।
                দেৰগাঁও কমল দুৱৰা      
                     মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)