উৰহ-হেমেন হাজৰিকা

©Admin
0
য’তে ত’তে উৰহ
উৰহ বাঢ়িছে
বাটত উৰহ
টোপনিত উৰহ
চিন্তাত উৰহ
আকাশ বতাহ সকলোতে  ।।

কুটি কুটি খাইছে
তুচক টোপনি চিন্তা
অট্ট্যহাস্য কৰিছে
ধৰ্মক লগাইছে
উৰহৰ উৎপাত বাঢ়িছে।

লুকাই লুকাই শুঁহিছে
মজ্জালৈকে শিপাইছে।

হাটলৈ যাব লাগিব
এটা উৰহ মাৰা দৰৱৰ
আৱশ্যক হৈছে।


🅾️হেমেন হাজৰিকা
ৰাণী কামৰূপ ( ম ) অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)