Home আজিৰ দিনটোৰ বিশেষত্ব ০৬ মাৰ্চ-আজিৰ দিনটোৰ বিশেষত্ব ০৬ মাৰ্চ-আজিৰ দিনটোৰ বিশেষত্ব person©Admin March 05, 2023 0 share ▫️১৯১৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিখ্যাত গায়ক গঙ্গুবাই হেঙ্গালৰ জন্ম হৈছিল।▫️১৯৫৯ চনৰ আজিৰ দিনটোতে জ্যেষ্ঠ বিজেপি নেতা শিৱৰাজ সিং চৌহানৰ জন্ম হৈছিল।▫️২০১২ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ শোভা ব্ৰহ্ম মৃত্যু হয় । সংগ্ৰাহক-জয়শ্ৰী হাতীমুৰিয়া গোলাঘাট জোনাকী নগৰ ।। Tags আজিৰ দিনটোৰ বিশেষত্ব Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ