কুইজ-সাধাৰণ জ্ঞান

©Admin
0
🎓 হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয়?
✅ নাগালেণ্ড।

🎓 ফুলগুৰি বিদ্ৰোহ কোন নদীৰ কাষত সংঘটিত হৈছিল?
✅ কলং।

🎓 দেভিছ কাপ কোনটো খেলৰ লগত জড়িত?
✅ লন টেনিছ।

🎓 চিলাৰায়ৰ আচল নাম কি?
✅ শুক্লধ্বজ।

🎓 কোনটো শাখাত নোবেল বঁটা দিয়া নহয়?
✅ জ্যোতিবিজ্ঞান।

🎓 মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল?
✅ পিয়লি বৰুৱা।

🎓 কৰম পূজা কোনটো মাহত পালন কৰা হয়?
✅ ভাদ।

🎓 সূৰ্যৰ পৰা সপ্তম গ্ৰহটো কি?
✅ ইউৰেনাচ।

🎓 ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল?
✅ গদাধৰ সিংহই।

🎓 লক্ষ্যদ্বীপ কোনখন ৰাজ্যৰ ওচৰত অৱস্থিত?
✅ কেৰালা।

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)