ইতিহাসত আজিৰ দিনটো- ৫ এপ্ৰিল

©Admin
0
▪️ আজি পেলেষ্টাইনৰ শিশু দিৱস ।

▪️১৯২২ চনৰ আজিৰ তাৰিখতে নাৰী অধিকাৰ কৰ্মী পণ্ডিতা ৰমা বাঈৰ মৃত্যু হৈছিল ।
 
▪️১৯৯৩ চনৰ আজিৰ তাৰিখতে ভাৰতীয় আভিনেত্ৰী বিদ্যা ভাৰতীৰ মৃত্যু হৈছিল ।
 
▪️১৯০৪ চনৰ আজিৰ তাৰিখতেআমেৰিকান কবি  ৰিচাৰ্ড এবাৰহাৰ্টৰ জন্ম হৈছিল ।

▪️১৯৫৩চনৰ আজিৰ তাৰিখতে অসমৰ সগীতজ্ঞ ভূপেন উজীৰৰ জন্ম হৈছিল ।

▪️১৯৯৬ চনৰ আজিৰ তাৰিখতে ভাৰতীয় অভিনেত্ৰী ৰশ্মিকা মন্দান্নাৰ জন্ম হৈছিল ।

▪️১৯৯২চনৰ আজিৰ তাৰিখতে ভাৰতীয় ধনুৰ্বিদ অতনু দাসৰ জন্ম হৈছিল ।

▪️২০০৭ চনৰ আজিৰ তাৰিখতে ভাৰতীয় লেখিকা লীলা মজুমদাৰৰ মৃত্যু হৈছিল ।

▪️২০২১  চনৰ আজিৰ তাৰিখতে অসমীয়া সাহিত্যিক  হিৰণ্য কুমাৰ ভট্ৰাচাৰ্য্যৰ মৃত্যু হৈছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)