৬ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0

৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৯২৮ চনত ন'বেল বঁটা বিজয়ী  প্ৰাপ্ত আমেৰিকান জীৱবিজ্ঞানী  জেমছ ৱাটছনৰ জন্ম হৈছিল।

২/ আজিৰ দিনটোতে ১৯৩১ চনত ভাৰত তথা পশ্চিমবঙ্গৰ অন্যতম বিখ্যাত অভিনেত্ৰী সুচিত্ৰা সেনৰ জন্ম হৈছিল।


৩/ আজিৰ দিনটোতে ১৫২৮  চনত  জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ এলব্ৰেখট ড্যুৰাৰৰ মৃত্যু হৈছিল।

৪/ আজিৰ দিনটোতে ১৮২৯  চনত  ন'ৰৱেৰ গণিতজ্ঞ নীলছ হেনৰিক এবেলৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)