ভীৰ-সুশান্ত দাস

©Admin
0
অদৃশ্য শক্তিয়ে আহি সভ্যতাক জোকাৰি গ’ল। দূৰ মহাকাশৰ বক্ষৰ সকলো বস্তু চুই যোৱা সভ্যতাক সেই শক্তিয়ে এক পলকতে হতচকিত কৰালে। 

     এনে এক যুগ সন্ধিৰ সৃষ্টি কৰিলে যে আপুনি এশজনৰ মাজতো এজন আছিল আৰু অকলেও এজন আছিল অন্য কথাত সকলো অকলশৰীয়া হৈ পৰিছিল আৰু আপোনাৰ সপোনৰ খোজ চাৰি বেৰৰ মাজত ৰুদ্ধ হৈ পৰিছিল (!)... 

✍️সুশান্ত দাস, শিৱসাগৰ।
যোগাযোগ: ৯১২৭২৪৭৫১৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)