আজিৰ দিনটোৰ বিশেষত্ব-২৫ এপ্ৰিল

©Admin
0
  • ১৮৯৩ চনৰ আজিৰ দিনটোতে অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল 
  • ১৯৫৬ চনৰ আজিৰ দিনটোত অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ জন্ম হৈছিল 
  • ১৯৭০ চনৰ এই দিনটোত অসমৰ অভিনেতা যতীন বৰাৰ জন্ম হৈছিল 
  • ১৯৮৭ চনৰ আজিৰ দিনটোত ভাৰতীয় গায়ক অৰিজিৎ সিংৰ জন্ম হৈছিল 
  • ১৯৫১ চনৰ আজিৰ দিনটোত  ভাৰতীয় সমাজকৰ্মী অবলা বসুৰ মৃত্যু হৈছিল ৷  
  • ২০১৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু নৃত্যশিল্পী পূৰ্ণিমা অৰবিন্দ পাকভাসাৰ মৃত্যু হৈছিল ৷ 
  • ২০২০ চনৰ এই দিনটোতে ভাৰতীয় ৰাজনীতিবিদ দেৱানন্দ কোঁৱৰৰ মৃত্যু হয় 
  • আজিৰ দিনটো বিশ্ব মেলেৰিয়া  হিচাপে পালন কৰা হয় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)