সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ কৃষি বিষয়ক প্রথম অসমীয়া আলোচনী খনৰ নাম কি? 
উত্তৰ : আসাম কৃষক 
২/ পৃথিৱীৰ গভীৰতম হ্রদটোৰ নাম কি? 
উত্তৰ : বৈকাল হ্ৰদ 
৩/URL ৰ সম্পূৰ্ণ ৰূপ কি? 
উত্তৰ : uniform resource locator 
৪/সেনা দিৱস কোন তাৰিখে পালন কৰা হয়? 
উত্তৰ : ১৫ জানুৱাৰী 
৫/২০২০ চনত অৰ্জুন বঁটা বিজয়ী অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি? 
উত্তৰ : লাভলীনা বৰগোহাঁই 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)