অমল উৎস সমূহ
কেনেকৈ ক'ত
এৰি থৈ আহিলোঁ ।
সেই নদী
সেই সময়
সেই পৰম্পৰা
সেই সংস্কৃতি
হেৰুৱালো ।।
চাটত লাও বেঙেনা ঠেকেৰা
হালধী সি লৈ
দীঘলতী মাখিয়তীৰে কোবাই
লাও খা বেঙেনা খা ধ্বনি
ক'ত জানো হেৰুৱালো ।।
ভাৱি ভাৱি ভাগৰুৱা
কি আছিলোঁ আমি
কি হলো
আৰু বা কি হয় ।।
🔴 হেমেন হাজৰিকা
ৰাণী
কামৰূপ ( ম ) অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ