আজিৰ দিনটোৰ বিশেষত্ব-২৪ এপ্ৰিল

©Admin
0
২৪ এপ্ৰিল (ইংৰাজী: 24 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৪তম (অধিবৰ্ষত ১১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫১টা দিন বাকী থাকে।

জন্ম - - 
১৯৩৪ - জয়কান্তন, ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা।
১৯৩৬ - নিৰোদ চৌধুৰী, অসমীয়া সাহিত্যিক আৰু সাংবাদিক।
১৯৪৬ - কমলা ভাচিন, ভাৰতীয় কবি, লেখক আৰু সমাজ বিজ্ঞানী।
১৯৫৬ - তীজান বাঈ, ভাৰতীয় লোক-সংগীত শিল্পী।
১৯৫৬ - শৰদ অৰবিন্দ ববডে, ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ।
১৯৭৩ - শচীন তেণ্ডুলকাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
১৯৮৭ - বৰুণ ধবন, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।

দিৱস:
গণতন্ত্ৰ দিৱস (নেপাল) 

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)