নিপুণ অসম-নৱজিৎ নাথ

©Admin
0
নিপুণ অসম মানেই,
জীৱনৰ প্ৰাথমিক স্তৰৰ সময়ছোৱাত
বিদ্যালয়ৰ প্ৰতিগৰাকী শিশুক দিয়া 
শিক্ষন আৰু প্ৰশিক্ষনৰ ক্ষেত্ৰত 
এক পৰ্যাপ্ত পৰিমাণৰ এক জ্ঞান।।

নিপুণ অসম মানেই,
প্ৰতিগৰাকী শিশুৰ জীৱনৰ 
প্ৰাথমিক স্তৰ সময়ছোৱাত, 
 প্ৰতিজন শিশুক মাজত দিয়া 
 ভাষিক আৰু সামগ্ৰিক জ্ঞানৰ 
 এখন বিশাল পৃথিৱীৰ এক পৰিসৰ।

 নিপুণ অসম মানেই,
প্ৰতিখন বিদ্যালয় মাজত
প্ৰতিজন ছাত্ৰ আৰু ছাত্ৰী মাজত দিয়া 
ভাষা আৰু সংখ্যা জ্ঞানৰ 
পৰিচয়ৰ এখন আৱৰনৰ চানেকি।।

 নিপুণ অসম মানেই,
অসম উচ্চতৰ মাধ্যমিক শিক্ষক সমাজ, 
অসমৰ সচেতন বিভিন্ন বৌদ্ধিক মহলৰ 
 মাজত প্ৰতিগৰাকী শিক্ষক দিয়া 
 নিৰ্দেশনাৰ এক প্ৰানকেন্দ্ৰ স্বৰূপ।।
 
 ◾নৱজিৎ নাথ ।
 ছিপাঝাৰ ,দৰং ...
যোগাযোগ নং; ৬০০১৬৪৭৫০৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)