আজিৰ দিনটোৰ বিশেষত্ব-৪ এপ্ৰিল

©Admin
0
  • ১৯৫৭ চনৰ আজিৰ দিনটোতে "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি ৰঙা পুলিচৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ কৰে ৷ 
  • ১৯২৮ চনৰ এই দিনটোত আমেৰিকান কবি মায়া এঞ্জেলোৰ জন্ম হৈছিল 
  • ১৯৩৩ চনৰ আজিৰ দিনটোতে সনজীদা খাতুন, বাংলাদেশী সংগীত শিল্পীৰ জন্ম হৈছিল 
  • ১৯৪৯ চনৰ আজিৰ দিনটোত পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী গৰাকীৰ জন্ম হৈছিল 
  • ১৯৬৯ চনৰ এই দিনটোতে ভাৰতীয় অভিনয় শিল্পী পল্লৱী যোশীৰ জন্ম হৈছিল 
  • ১৯৮৯ চনৰ আজিৰ দিনটোতে ইংৰাজ ক্ৰিকেটাৰ ষ্টিভেন ফনৰ জন্ম হৈছিল ৷ 
  • ১৯৬৮ চনৰ আজিৰ দিনটোত আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)