স্বাগতম তোমাক বসন্ত- গীতাশ্ৰী বড়া

©Admin
0
স্বাগতম তোমাক হে বসন্ত
তুমিয়েই কঢ়িয়াই আনা পৃথিৱীৰ আনন্দ । 
মৰহা ,লঠঙা গছবোৰক তুমি প্ৰাণ যাঁচা 
শুকান নৈ , জান - জুৰি বোৰক 
      নিজৰ মান দিয়া ।


জুৰিছে গীত কুলি কেতেকীয়ে 
       তোমাৰ আশাত ,
বাজিছে ঢোল, পেঁপা তোমাৰ ভাষাত ।

স্বাগতম জনাইছো তোমাক হে বসন্ত 
তগৰ , গোলাপ কপৌফুল যাঁচিলো
বসন্ত আজি তোমাৰ চৰণত।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)