উত্তৰঃ- প্ৰাচীন কামৰূপৰ ভাগ ৪ টা । সেইকেইটা হৈছে - কামপীঠ, স্বৰ্ণপীঠ, ৰত্নপীঠ আৰু সৌমাৰপীঠ ।
২। অসমত কোন চনত পুলিচ বাহিনী গঠন কৰা হৈছিল ?
উত্তৰঃ- অসমত ১৮৬১ চনত পুলিচ বাহিনী গঠন কৰা হৈছিল ।
৩/আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ?
উত্তৰঃ- আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা আছিল - ৰুদ্ৰসিংহ ।
৪/মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?
উত্তৰ -মোগলে ১৭বাৰ অসম আক্ৰমণ কৰিছিল।
৫/অসমলৈ কোনে মান আনিছিল ?
উত্তৰঃ- অসমলৈ বদন বৰফুকনে মান আনিছিল ।
৬/কোঁচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰঃ- কোঁচ ৰাজ্য মহাৰাজ বিশ্বসিংহ প্ৰতিষ্ঠা কৰিছিল ।
৭/ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল ?
উত্তৰঃ- ভীস্মক ৰজাই বিৰ্দভ ৰাজ্যত ৰাজত্ব কৰিছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ