সাধাৰণ জ্ঞান- কুইজ

©Admin
0

১/প্ৰাচীন কামৰূপৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ- প্ৰাচীন কামৰূপৰ ভাগ ৪ টা । সেইকেইটা হৈছে - কামপীঠ, স্বৰ্ণপীঠ, ৰত্নপীঠ আৰু সৌমাৰপীঠ ।

২। অসমত কোন চনত পুলিচ বাহিনী গঠন কৰা হৈছিল ?

উত্তৰঃ-  অসমত ১৮৬১ চনত পুলিচ বাহিনী গঠন কৰা হৈছিল ।

৩/আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ- আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা আছিল - ৰুদ্ৰসিংহ ।

৪/মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

উত্তৰ -মোগলে ১৭বাৰ অসম আক্ৰমণ কৰিছিল।

৫/অসমলৈ কোনে মান আনিছিল ?

উত্তৰঃ- অসমলৈ বদন বৰফুকনে মান আনিছিল ।

৬/কোঁচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ- কোঁচ ৰাজ্য মহাৰাজ বিশ্বসিংহ প্ৰতিষ্ঠা কৰিছিল ।

৭/ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল ?

উত্তৰঃ- ভীস্মক ৰজাই বিৰ্দভ ৰাজ্যত ৰাজত্ব কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)