উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।
২/ শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?
উত্তৰ:- বৰৰজা অম্বিকা কুঁৱৰীয়ে।
৩/ শিৱসাগৰ জয়দৌল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।
৪/ মেছাগড় পুখুৰী কোনে খন্দাইছিল?
উত্তৰ:- স্বৰ্গদেউ প্ৰতাপ সিংহই।
৫/ শিৱসাগৰৰ ফাকুৱা দ'ল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।
৬/ গৌৰীসাগৰ পুখুৰী আৰু দ'ল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে।
৭/ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা কোন আছিল?
উত্তৰ:- উদয়াদিত্য সিংহ আছিল।
৮/ স্বৰ্গদেউ চাওলুং চ্যুকাফাই চৰাইদেউত ৰাজধানী কিমান চনত প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১২৫৩ চনত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ