সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ কোনজন আহোম স্বৰ্গদেৱে বিহু গীত-নৃত্যক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

২/ শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?
উত্তৰ:- বৰৰজা অম্বিকা কুঁৱৰীয়ে।

৩/ শিৱসাগৰ জয়দৌল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

৪/ মেছাগড় পুখুৰী কোনে খন্দাইছিল?
উত্তৰ:- স্বৰ্গদেউ প্ৰতাপ সিংহই।

৫/ শিৱসাগৰৰ ফাকুৱা দ'ল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

৬/ গৌৰীসাগৰ পুখুৰী আৰু দ'ল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে।

৭/ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা কোন আছিল?
উত্তৰ:- উদয়াদিত্য সিংহ আছিল।

৮/ স্বৰ্গদেউ চাওলুং চ্যুকাফাই চৰাইদেউত ৰাজধানী কিমান চনত প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১২৫৩ চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)