সেন্দুৰীয়া ভাজত উৰি ফুৰা
প্ৰলয়ৰ পৰিমাণ জুখিব ,
সাঁচতিয়া আখৰবোৰ আন্ধাৰত জোনাকী হয় !
বতাহত চিলা !
আবেলিৰ আলিবাটত ৰ'দ হৈ নামে ,
দুগাল দুচকুত পাতল ৰশ্মিৰ পৰশ ঢালে , আবেগৰ ;
সেই চায়াত ...
মনে , খোজ সামৰে !
বেলি ফুলাৰ সময় বিচাৰি ৰয় ।
✍️শৰ্মিষ্ঠা বৰা
ধুনীয়া লিখিছা 🤍
ReplyDelete