📌বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।
📌১৯০১ চনৰ আজিৰ দিনটোতে বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
📌১৯৮১ চনৰ আজিৰ দিনটোতে মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।
📌১৯৯৪ চনৰ আজিৰ দিনটোতে আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।
📌১৯২৭ চনৰ আজিৰ দিনটোতে নয়নতৰা চেহগল, ভাৰতীয় ইংৰাজী লেখিকাৰ জন্ম হয় ।
📌১৯৫৭চনৰ আজিৰ দিনটোতে উমাশ্ৰী, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদৰ জন্ম হৈছিল l
📌১৯৬৯ চনৰ আজিৰ দিনটোতে লোটে শ্বেৰিং, ভূটানৰ ৰাজনীতিবিদ আৰু চিকিৎসকৰ জন্ম হৈছিল ।
📌১৯৭৭চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মা দেৱৰ মৃত্যু হৈছিল ।
📌১৯৯৮ চনৰ আজিৰ দিনটোতে , অসমীয়া ঔপন্যাসিক কাঞ্চন বৰুৱাৰ মৃত্যু হৈছিল ।
📌২০০২ চনৰ আজিৰ দিনটোতে ভাৰতীয় কবি আৰু গীতিকাৰ কাইফি আজমীৰ মৃত্যু হৈছিল ।
📌২০২০ চনৰ আজিৰ দিনটোতে অসমৰ লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক গোকুল পাঠকৰ মৃত্যু হৈছিল ।।
📌২০২২ চনৰ আজিৰ দিনটোতে ভাৰতীয় সন্তুৰ বাদক শিৱকুমাৰ শৰ্মাৰ মৃত্যু হৈছিল।
📌আজিৰ দিনটোত শিশু দিৱস (মালদ্বীপ) হিচাপে পালন কৰা হয় ।
📌 আজিৰ দিনটো বিশ্ব পৰিভ্ৰমী তথা প্ৰৱজনকাৰী পক্ষী দিৱস হিচাপে পালন কৰা হয় ।
📌আজিৰ দিনটো জাতীয় দিৱস (ইজৰাইল) হিচাপে পালন কৰা হয় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ