১০ মে'- ইতিহাসত আজিৰ দিনটো

©Admin
0
📌১০ মে' (ইংৰাজী: 10 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। 

📌বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।

📌১৯০১ চনৰ আজিৰ দিনটোতে বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
📌১৯৮১ চনৰ আজিৰ দিনটোতে  মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।

📌১৯৯৪ চনৰ আজিৰ দিনটোতে  আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।

📌১৯২৭ চনৰ আজিৰ দিনটোতে   নয়নতৰা চেহগল, ভাৰতীয় ইংৰাজী লেখিকাৰ জন্ম হয় ।

📌১৯৫৭চনৰ আজিৰ দিনটোতে  উমাশ্ৰী, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদৰ জন্ম হৈছিল l

📌১৯৬৯ চনৰ আজিৰ দিনটোতে  লোটে শ্বেৰিং, ভূটানৰ ৰাজনীতিবিদ আৰু চিকিৎসকৰ জন্ম হৈছিল ।

📌১৯৭৭চনৰ আজিৰ দিনটোতে   অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মা দেৱৰ মৃত্যু হৈছিল ।

📌১৯৯৮ চনৰ আজিৰ দিনটোতে   , অসমীয়া ঔপন্যাসিক কাঞ্চন বৰুৱাৰ মৃত্যু হৈছিল  ।

📌২০০২ চনৰ আজিৰ দিনটোতে  ভাৰতীয় কবি আৰু গীতিকাৰ কাইফি আজমীৰ মৃত্যু হৈছিল ।

📌২০২০ চনৰ আজিৰ দিনটোতে  অসমৰ লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক গোকুল পাঠকৰ মৃত্যু হৈছিল ।।

📌২০২২ চনৰ আজিৰ দিনটোতে  ভাৰতীয় সন্তুৰ বাদক শিৱকুমাৰ শৰ্মাৰ মৃত্যু হৈছিল।

  📌আজিৰ দিনটোত  শিশু দিৱস (মালদ্বীপ) হিচাপে পালন কৰা হয় ।

📌 আজিৰ দিনটো বিশ্ব পৰিভ্ৰমী তথা প্ৰৱজনকাৰী পক্ষী দিৱস হিচাপে পালন কৰা হয় ।

  📌আজিৰ দিনটো  জাতীয় দিৱস (ইজৰাইল) হিচাপে পালন কৰা হয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)