ৰণত নামিল-অনন্ত কুমাৰ ভূঞা

©Admin
0
থৈয়া নথৈয়া ৰণ
যুজিও ভাগৰি নপৰা মন 
ছেদেলি ভেদেলি উদুলি মুদুলি
ভীৰ হৈছে নেতাৰ পদূলি
ভাগে ভাগে পাতিছে মেল 
গোপনে মাৰিছে শক্তিশেল
অঙ্ক কৰোতে কাগজ শেষ 
জ্যোতিষীৰ ওচৰত নতুন ভেশ 
গণনা কৰিছে শুভ ক্ষণ 
মন্ত্ৰী হোৱাৰ কাৰ কাৰ লক্ষণ ।






Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)