সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি আছিল ?
উত্তৰ : “পাতালপুৰী”৷
২/অসম সাহিত্যসভাৰ প্ৰধান কাৰ্য্যালয় কত অৱস্থিত ?
উওৰ : যোৰহাট ।
৩/য়েছে দৰজে ঠংচি কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰ : মৌন ওঁঠ মুখৰ হৃদয়(২০০৫) ৷
৪/অসমীয়া সাহিত্যত বেকন বুলি কোৱা হয়?
উত্তৰ : সত্যনাথ বৰা। 
৫/দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ :  সাগৰ দেখিছা ৷
৬/চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন ?
উত্তৰ :  ফণী শৰ্মা ৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)