অনুভৱ-পাপৰি দাস

©Admin
0
জীৱনত অসংখ্য মানুহ লগ পোৱা যায়.......কিন্তু কিছুমান মানুহ এনেকুৱা ও থাকে যে........কেতিয়াও তেওঁলোকক সন্মুখত লগ পোৱা নাই বা তেওঁলোক আমাৰ পৰিচিত নহয়........।কিন্তু কেতিয়াবা সেই অসংখ্য মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো থাকে,যে ক'ব নোৱাৰাকৈয়ে তেওঁলোকৰ লগত এটা গভীৰ আত্মীয়তাৰ সম্পৰ্ক গঢ়ি উঠে আৰু তেওঁলোক পিছত পৰিয়ালৰ সদস্য ও হৈ পৰে........।কেতিয়াবা ভাবো আপোন সম্পৰ্কবোৰ এনেকুৱাই চাগে মৰম,শ্ৰদ্ধা আৰু নিস্বাৰ্থতাৰ বান্ধোনেৰে বান্ধ খাই থকা এটা সম্পৰ্ক যি কেতিয়াও শেষ হৈ নাযায়.........।বা,তোমাৰ এই মৰম আৰু স্নেহবোৰ সদায় হৃদয়ৰ নিৰ্ভিতম মণিকূটত সদায় সজতনে সাঁচি ৰাখিম........।

    ✍️পাপৰি দাস।
বৰপেটা ছোৱালী মহাবিদ্যালয়,বৰপেটা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)