বাটোৱাৰা-জহিৰুল ইছলাম, গোৱালপাৰা

©Admin
0
সময় সন্ধিয়া ৭ বজা। ৰহিমৰ ঘৰখনত আজি বিয়া ঘৰীয়া পৰিবেশ।ৰহিমৰ দেউতাক ঢুকুৱাৰ ভালে বছৰ হ'ল। মাক বৃদ্ধা। অসুখ নাই যদিও খবৰ এটা ল'বলৈও সময় নহয় ৰহিমৰ বাহিৰে বাকী সন্তানৰ। কিন্তু আজি সম্পত্তিৰ অংশীদাৰত্বত সকলোৱে সমেবত। সকলো ঠিকে-ঠাকেই চলিছে; কিন্তু হঠাৎ ৰহিমৰ বৃদ্ধা মাকক উদ্দেশ্যি ভাইটিৰ কত মন্তব্য,-"তোমাৰ দেউতাৰাৰ সম্পত্তি য'ত আছে তাৰ পৰা ৰহিমক দি দিয়া। আমাৰ দেউতাৰ সম্পত্তিৰ বাটোৱাৰাত তুমি কথা ক'বলৈ কোন?আহঃ!
 ৰাতিপুৱা শুভ্ৰ কাপোৰ পুৰোহিত মাতৃৰ অসীম লৈ যাত্ৰা।

         ✍️জহিৰুল ইছলাম, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)