আজিৰ দিনটোৰ বিশেষত্ব-২ মে

©Admin
0
  • ১৯২০ চনৰ আজিৰ দিনটোতে বসন্তৰাও দেশপাণ্ডে নামৰ ভাৰতীয় গায়ক আৰু চিতাৰ বাদক জনৰ জন্ম হৈছিল 
  • ১৯২১ চনৰ এই দিনটোতে ভাৰতীয় সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ জন্ম হৈছিল 
  • ১৯২৮ চনৰ আজিৰ দিনটোত ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী মায়া ৰাওৰ জন্ম হৈছিল 
  • ১৯৫৯ চনৰ এই দিনটোত ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ সৌম্যা স্বামীনাথনৰ জন্ম হৈছিল ৷ 
  • ১৫১৯ চনৰ আজিৰ দিনটোত  লিঅ'নাৰ্ড' দা  ভিন্সিৰ মৃত্যু হৈছিল ৷ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)