৩ মে ইতিহাসত আজিৰ দিনটো

©Admin
0

৩ মে'  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/আজিৰ দিনটোতে ১৮৩৭ চনত এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় গ্ৰীচত।

২/ আজিৰ দিনটোতে ১৯১৩ চনত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ মুক্তি লাভ কৰে।

৩/ আজিৰ দিনটোতে ১৯৪৩ চনত  সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত গল্পকাৰ তথা ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৯৫৬ চনত ইটালিয়ান পদাৰ্থবিজ্ঞানী আৰু লেখক কাৰ্ল' ৰ'ভেল্লীৰ জন্ম হৈছিল।

৫/ আজিৰ দিনটোতে ১৯৫৯ চনত  ভাৰতীয় ৰাজনীতিবিদ উমা ভাৰতীৰ জন্ম হৈছিল।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)