সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/প্রথম অসমীয়া চতুৰ্দশপদী কবিতাৰ নাম কি? 
উত্তৰ : প্রিয়তমাৰ চিঠি 
২/ভাৰতৰ আটাইতকৈ পুৰণি বান্ধটো কোনখন নদীত আছে? 
উত্তৰ : কাবেৰি
৩/এজন স্বাস্থ্যৱান ব্যক্তিৰ স্বাভাৱিক উষ্ণতা কিমান? 
উত্তৰ : ৩৭°C
৪/ কফি উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্রথম ?
উত্তৰ : কৰ্ণাটক 
৫/গুৰু শিখৰ বুলি কোনখন পৰ্বতমালাক কোৱা হয়? 
উত্তৰ : আৰাৱলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)