আমি কিয় সহজতে ভাঙি পৰো -মানস প্ৰতীম মালী

Rinku Rajowar
0
কোনজন মানুহৰ দুখ নাথাকে ?
ভাল বেয়া , সচা মিচা , মৰম ভালপোৱা অনুভৱ কৰিব পৰা প্ৰতিজন মানুহৰ জীৱনত কিবা নহয় কিবা দুখ থাকে ।
          হস্পিটেলত ভৰ্তি হৈ থকা ৰোগীবোৰোৰো দুখ থাকে কিন্তু তেওঁলোকে একমাত্ৰ জীয়াই থকাৰ বাবে হস্পিটেলত যায় ।  
উপভোগ কৰিব জানিলে জীৱনটো সচাকৈ বৰ ৰঙীন । আমি বহুতেই অজথা কিছুমান সৰু সৰু কথা বেছিকৈ চিন্তা কৰি থাকোঁ ।
পোৱাখিনিক আকোঁৱালি লৈ নোপোৱাখিনিৰ কথা পাহৰি যি হয় হৈ থাকিব বুলি জীৱনটো উপভোগ কৰকচোন , দেখিব আপুনি সুখী লগতে নিজকে সাহসী যেন অনুভৱ কৰিব ।
        বৰ্তমানৰ ব্যস্ততাৰ পৃথিৱীখনত আপোনাক সাহস দিবলৈ , আপোনাৰ বাবে ভাল চিন্তা কৰিবলৈ মানুহৰ বৰ অভাৱ , সেইবাবে নিজৰ বাবে নিজকেই প্ৰস্তুত কৰক । সকলো কথাই ধনাত্মক ভাবে ভাবক কাৰণ ধনাত্মক চিন্তাধাৰাই মানুহ এজনক মানসিকভাবে সুস্থ সবল কৰি ৰাখে ।

◾মানস প্ৰতীম মালী ।
ঠিকনা :- বৰিহাট , মিৰ্জা ,
ফোন :- ৬০০০৮৩৯৫১৮ .
কলেজ :- পশ্চিম গুৱাহাটী মহাবিদ্যালয় ধাৰাপুৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)