দেউকণ-ফাৰুকুদ্দিন আহমেদ

Rinku Rajowar
0
“দেউতা ৰʼবা মই তোমাৰ লগতে যাওঁ।”
বাপুকণৰ ছুটিৰ পিছতে ঘৰমুৱা হʼবলৈ ধৰা দেউতাক বিদ্যালয় গেটখনৰ অলপ যাওঁতেই বাপুকণে পিছৰ পৰা মাত লগায়। সি ঠেলাখনত বহিব লয়হে, তেনেতে দেউতাকে কাষতে বান্ধি থোৱা বস্তাটো পাৰি দিয়ে।
     “মোৰ এই পৰিস্থিতিৰ ধূলি তোৰ গাত নালাগক।”

                 ◾ ফাৰুকুদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)