আজি মাতৃ দিৱস- প্ৰজেছ দাস

©Admin
0
আজি কান্দিছে সৌ বৃদ্ধাশ্ৰম খনিয়ে
দহ মাহ দহ দিন গৰ্ভত ধাৰণ কৰি 
বৃদ্ধাশ্ৰম হয়গৈ জীৱনৰ লগৰী ।
মৰম স্নেহেৰে ডাঙৰ কৰি ,
নিজেই নাখায় আমালৈ কমিব বুলি ।
নিজৰ সুখবোৰ বিসৰ্জন দি গ'ল,
প্ৰতিটো দিনে ,প্ৰতিটো বছৰে 
এই ত্যাগৰ বিনিময়ত এটি দিনৰ বাবে আমি কিয় চিঞৰি ফুৰো ?
হেপি মাদাৰছ দে বুলি !
নালাগে আমাক এনে এটি দিন শুভেচ্ছা দিবলৈ
প্ৰতিটো ক্ষণেই শুভেচ্ছা তেওঁলৈ ,
যিয়ে আমাক সুযোগ দিলে এষাৰি শব্দৰে মাতিবলৈ 
সেইয়াই হ'ল মা ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)